চৈয়দ আব্দুল মালিক
1. Xurujmukhir Swopno
Xurujmukhir Swopno
Gesprochen von
-
Sprache:Assamesisch
Fr. 0.00 *
inkl. gesetzl. MwSt.
* im Probemonat gratis danach Fr. 12.90/Monat
* im Probemonat gratis danach Fr. 12.90/Monat
Im Hörbuch-Abo laden
- Monatlich einen Titel wählen & behalten
- Jederzeit pausieren oder kündigen
- Weitere Hörbücher im Abo für max. Fr. 12.90
Beschreibung
Produktdetails
Family Sharing
Ja
Gesprochen von
Bhaskarjyoti AcharjyaSpieldauer
6 Stunden und 13 Minuten
Abo-Fähigkeit
Ja
Erscheinungsdatum
26.07.2021
Hörtyp
Lesung
Fassung
ungekürzt
Medium
MP3
Anzahl Dateien
35
Verlag
Storyside INSprache
Assamesisch
EAN
9789354347412
তদানীন্তন কালৰ গোলাঘাট জিলাৰ ভিতৰুৱা এখন মুছলমান প্ৰধান অসমীয়া গাঁও ডালিম। স্কুল-হস্পিতাল হোৱা বৰ দূৰৰে কথা। খেতি-বাতি কৰি, বানৰ সৈতে মোকাবিলা কৰি চলি অহা সেই গাঁৱৰ গঞা তেনেই সহজ সৰল। নাৰী শিক্ষাৰ প্ৰসংগ অদেখা। গাভৰু হোৱা মাত্ৰেই সংসাৰ চম্ভালা য'ত অলেখা ৰীতি। তাৰে মাজৰ চৰিত্ৰ গুলচ, কপাহী, তৰাহঁত। চহা প্ৰেম সহজ হৈয়ো সহজ নহয়। সম্পৰ্কৰ জটিলতা, ভালপোৱাৰ অসহায় বিষাদৰ সাক্ষী হৈ ধনশিৰি বৈ থাকে। সাক্ষী হৈ বতাহত কঁপি থাকে নৈৰ গৰাৰ বিৰিণাবোৰ। চৈয়দ আব্দুল মালিকদেৱৰ কাপ-নিসৃত, যুগমীয়া উপন্যাস 'সূৰুযমুখীৰ স্বপ্ন' শুনক ভাস্কৰজ্যোতি আচাৰ্য্যৰ কণ্ঠত।
Kundinnen und Kunden meinen
Verfassen Sie die erste Bewertung zu diesem Artikel
Helfen Sie anderen Kund*innen durch Ihre Meinung