ৰঞ্জু হাজৰিকা
1. Ondho xomoy bondho aartonaad
Ondho xomoy bondho aartonaad
Gesprochen von
-
Sprache:Assamesisch
Fr. 0.00 *
inkl. gesetzl. MwSt.
* im Probemonat gratis danach Fr. 12.90/Monat
* im Probemonat gratis danach Fr. 12.90/Monat
Im Hörbuch-Abo laden
- Monatlich einen Titel wählen & behalten
- Jederzeit pausieren oder kündigen
- Weitere Hörbücher im Abo für max. Fr. 12.90
Beschreibung
Produktdetails
Family Sharing
Ja
Gesprochen von
Tarun GogoiSpieldauer
3 Stunden und 17 Minuten
Abo-Fähigkeit
Ja
Erscheinungsdatum
15.06.2022
Hörtyp
Lesung
Fassung
ungekürzt
Medium
MP3
Anzahl Dateien
15
Verlag
Storyside INSprache
Assamesisch
EAN
9789354839191
সত্যকাম, পুণ্ডৰীক, উপমন্যু তিনি বন্ধু। মুম্বাইত প্ৰতিস্থিত শব্দযন্ত্ৰী সত্যকাম দুবছৰৰ পিছত আহে নিজৰ বিয়া পাতিবলৈ বুলি। শিল্পীকাৰ সৈতে সত্যকামৰ বিয়া ঠিক হৈ আছে। আনহাতে বিয়া ঠিক হৈ আছে পুণ্ডৰীকৰো সাগৰিকাৰ সৈতে। কিন্তু সাগৰীকা আৰু পুণ্ডৰীকৰ মাজত যেন কিবা এটা ঘটিছে, সেই কথা অনুভৱ হয় সত্যকামৰ। সাগৰিকাই জীৱনৰ লক্ষ্য বাছি লৈছে সমাজ সেৱা। তাৰ বাবে তাই বিভিন্ন ঠাইত ঘূৰি ফুৰিব লগিয়া হয়। সেইখিনিলৈকে ঠিকেই থাকে সকলো। কিন্তু কিছুদিনৰ পৰা কথাবোৰ বেলেগ হবলৈ ধৰে। পিছপৰা অঞ্চল সমূহত ডাইনী হত্যা গা কৰি উঠে। আৰু তাৰ বাবে সাগৰিকা তেনে অঞ্চল সমূহলৈ যাব লগা হয়। সেই লৈ পুণ্ডৰীকৰ চিন্তা। তথাপিও সত্যকামৰ মধ্যস্থতাত পুণ্ডৰীক আৰু সাগৰিকাৰ মনোমালিন্য ঠিক হয়। সত্যকামৰ বিয়ালৈ মাজত মাত্ৰ এটা দিন। তেনে এটা দিনতে হঠাৎ সাগৰিকাই কাকো কোনো খবৰ নিদিয়াকৈ গুছি যায় এনে এখন ঠাইলৈ য'ত গাঁৱৰ ৰাইজে জো যা কৰে নৰবলি দিয়াৰ। সাগৰিকাৰ এনে কাণ্ডত ভয় খাই পুণ্ডৰীক যায় তাইক বিচাৰি আৰু পুণ্ডৰীকৰ পিছে পিছে সত্যকাম। জীৱনটো বচাই সাগৰিকা উভতি আহিবলৈ সক্ষম হ'ল। কিন্তু পুণ্ডৰীকৰ কি হ'ল? সি লগ পালে নে সাগৰিকাক? আৰু সত্যকাম? শিল্পীকাৰ সপোনবোৰ পূৰ হ'ল নে?এই সকলোখিনি জানিবলৈ "ষ্টৰীটেল" যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস 'অন্ধ সময় বন্ধ আৰ্তনাদ'
Kundinnen und Kunden meinen
Verfassen Sie die erste Bewertung zu diesem Artikel
Helfen Sie anderen Kund*innen durch Ihre Meinung